This browser does not support the video element.
কোকৰাঝাৰ ভাগ: APCC ৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীই দল ত্যাগ কৰি ১৪ জন কৰ্মীকলৈ চহৰত ইউ পি পি এল দলত যোগদান
Kokrajhar Part, Kokrajhar | Sep 3, 2025
বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মোক্ষম।আঘাত। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীই দল ত্যাগ কৰি বুধবাৰে সন্ধিয়া ৭ বজাত ইউ পি পি এল দলত যোগদান কৰে। গৰ্জন মুছাহাৰীৰ লগতে কংগ্ৰেছৰ আন ১৪ গৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰে । বিধায়ক লৰেন্স ইছলাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ইউপিপিএলৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ উপস্থিতিত গৰ্জন মুছাহাৰী আৰু ১৪ জন জিলা আৰু ব্লক পৰ্যায়ৰ নেতা সকলে যোগদান কৰে