Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: চাংপুলৰ পশ্চিম শেনচোৱা বৰনামঘৰ উপস্থিত বিধায়ক বিশ্বজিত ফুকন

Sarupathar, Golaghat | Sep 7, 2025
চাংপুলৰ পশ্চিম শেনচোৱা বৰনামঘৰ দেওবাৰে বিয়লি প্ৰায় ৫ মান বজাত উপস্থিত হয়হি বিধায়ক বিশ্বজিত ফুকন। নামঘৰত অনু্ষ্ঠিত ভদীয়া নাম অনুষ্ঠানত অংশ লোৱাৰ লগতে গাঁওবাসীৰ সৈতে অঞ্চলটোৰ অভাৱ-অভিযোগৰ সম্পৰ্কতো বুজ লয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন। ইফালে উক্ত বৰনামঘৰভাত বিধায়কগৰাকীৰ উদ্যোগত অনুষ্ঠিত হৈ থকা দিহানাম কৰ্মশালাৰো সামগ্ৰিক বুজ লয় আজিৰ এই আধ্যাত্মিক পৰিৱেশউপস্থিত থাকি পৰম সন্তোষ লাভ কৰা বুলি কয় বিধায়ক ফুকনে।
Read More News
T & CPrivacy PolicyContact Us