This browser does not support the video element.
বিশ্বনাথ: ভীৰ গাঁৱৰ ৰজত দাসৰ বাসগৃহত দুডাল বিষাক্ত গুৱালা সাঁপ উদ্ধাৰ সৰ্পবন্ধু মানৱ অসমৰ,চমজাই দিয়ে বন বিভাগক
Biswanath, Biswanath | Aug 26, 2025
চতিয়াৰ সৰ্পবন্ধু তথা যুৱ সাংবাদিক মানৱ অসমে আজি উদ্ধাৰ কৰে দুডাল বিষাক্ত গুৱালা সাঁপ।বিশ্বনাথৰ ভীৰ গাঁৱৰ ৰজত দাসৰ বাসগৃহত বাথৰুমৰ টেংকীৰ বাবে খান্দি থুৱা এটা কুৱাসদৃশ গাতত দুটাকৈ প্ৰকাণ্ড অতি বিষাক্ত গুৱালা সাপ গৃহস্থই পুৱাৰ ভাগতে প্ৰত্যক্ষ কৰি মানৱ অসমক খৱৰ দিয়ে।খৱৰৰ ভিত্তিত মানৱ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ অতি কৌশলেৰে সাপ দুডাল উদ্ধাৰ কৰি বনকৰ্মীৰ হাতত চমজাই দিয়ে।