This browser does not support the video element.
হোজাই: জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত হোজাই জিলা ছাত্ৰ সন্থাৰ ১১ ঘণ্টীয়া অনশন, মৌলবাদীক উৎখাত কৰাৰ দাবী
Hojai, Hojai | Sep 4, 2025
হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত হোজাই জিলা ছাত্ৰ সন্হাৰ ১১ ঘন্টীয়া অনশন। বৃহস্পতিবাৰে দুপৰীয়া ১২ মান বজাত জিলা সদৰত মন্তব্য আছু কৰ্মীৰ। অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্হায়ী সমাধান আদিৰ দাৱীত হোজাই জিলা ছাত্ৰ সন্হাৰ উক্ত অনশন কাৰ্য্যসূচী।আজি পূৱা ৬ বজাৰ পৰা আবেলি ৫ বজালৈ হোজাই জিলা আছুৰ এই অনশন। উক্ত কাৰ্য্যসূচীত জিলা আছু সভাপতিৰ লগতে আছুৰ বিষয়ববীয়া উপস্থিত থাকে।