Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়া ৰে'ল জংচনত উদ্ধাৰ প্ৰায় ১৬ লাখ টকাৰ ব্ৰাউন ছুগাৰ, এজনক আটক, ৬টাকৈ চাবোনৰ বাকচ জব্দ আৰক্ষীৰ

Rangia Part, Kamrup | Sep 2, 2025
মঙলবাৰে ৰঙিয়া ৰেল জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ। ঘটনাৰে জড়িত এজনক আটক। ৬ টাকৈ চাবোনৰ বাকচত ২৫৮ গ্ৰাম আৰু আন পেকেটত ৭৯ গ্ৰামকৈ ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ। ব্ৰাউন ছুগাৰসহ আটক বিহাৰৰ সুৰজ কুমাৰ নামৰ যুৱক এজন।
Read More News
T & CPrivacy PolicyContact Us