Download Now Banner

This browser does not support the video element.

সোণাৰি: হোৰাহোৰে কমিছে কেঁচা চাহপাতৰ মূল্য; ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ অৱস্থা, সোণাৰিত জিলা আয়ুক্তক স্মাৰক প্ৰদান বিভিন্ন দল সংগঠন

Sonari, Charaideo | Oct 7, 2025
অসমৰ চাহ উদ্যোগ বৰ্তমান প্ৰত্যাহ্বানৰ মুখত ৷ কমিছে চাহপাতৰ মূল্য ৷ হ্ৰাস পাইছে উৎপাদনো ৷ চিন্তাত ৰাজ্যৰ চাহ খেতিয়কসকল ৷চাহ অসম তথা অসমীয়াৰ স্বাভিমান আৰু পৰিচয় ৷ পৃথিৱীৰ বাবে অসম মানেই চাহৰ সোৱাদ আৰু গোন্ধৰে ভৰা এক নাম ৷ চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতি কেজি কেঁচা চাহ পাতত নিম্নতম মূল্যও পাবলৈ সক্ষম নোহোৱাত আজি চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ সৈতে সাক্ষাৎ কৰি জিলাখনৰ প্ৰায় ৯০ শতাংশ লোকে চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি অহাৰ কথা উল্লেখ
Read More News
T & CPrivacy PolicyContact Us