This browser does not support the video element.
ধেমাজি: বৰদলনিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল
Dhemaji, Dhemaji | Sep 10, 2025
বৰদলনিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসক লৈ সামাজিক মাধ্যমত প্ৰকাশ পোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভোৱা আৰু মনে সজা বুলি মন্তব্য প্ৰকাশ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে। উল্লেখ্য যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ছয় জনীয়া এটি দলে কেন্দ্ৰীয়