This browser does not support the video element.
ধেমাজি: জামুগুৰিত TMPK, MMK আৰু TMMK উদ্যোগত যুৱ সন্মিলন, উপস্থিত জোনাইৰ বিধায়ক ভূৱন পেগু
Dhemaji, Dhemaji | Aug 31, 2025
দেওবাৰে দিনৰ তিনি বজাত জামুগুৰিত TMPK, MMK আৰু TMMK উদ্যোগত যুৱ সন্মিলন, উপস্থিত জোনাইৰ বিধায়ক ভূৱন পেগু জাতি আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ ভূমিকা উল্লেখনীয়। সেয়েহে দেওবাৰে TMPK, MMK আৰু TMMK ধেমাজি জিলা সমিতিৰ উদ্যোগত জামুগুৰি পাচআলি ৰায় চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত যুৱ সন্মিলন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।