Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৩ নং চিতলমাৰীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সাংগঠনিক সভা

Dhekiajuli Part, Sonitpur | Sep 8, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৩ নং চিতলমাৰীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ উক্ত সাংগঠনিক সভাত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি স্বয়ন দাসৰ লগতে সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি,সম্পাদক উপৰিও জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ উক্ত সাংগঠনিক সভাত সংগঠন কি প্ৰকাৰে অধিক বলিষ্ঠ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us