Download Now Banner

This browser does not support the video element.

ঢকুৱাখানা ভাগ: দক্ষিণ ঘিলামৰা গাঁও পঞ্চায়ত কাৰ্যলয়ত মুকলিকৈ ধন সংগ্ৰহত ব্যস্ত কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ,দৃশ্য বন্দী গোপন কেমেৰাত

Dhakuakhana Part, Lakhimpur | Aug 12, 2025
ঢকুৱাখনাৰ চৰকাৰী কাৰ্যালয়ত উৎকোচৰ মুকলি বজাৰ! ঢকুৱাখনাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা পঞ্চায়ত কাৰ্যালয়ত উৎকোচৰ এই মুকলি বজাৰ। দক্ষিণ ঘিলামৰা গাঁও পঞ্চায়ত কাৰ্যলয়ত মঙ্গলবাৰে মুকলিকৈ ধন সংগ্ৰহত ব্যস্ত হয় কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী। পঞ্চায়তটোৰ ভিন্নপ্ৰান্তৰ জৱ কাৰ্ড হিতাধিকাৰীৰ পৰা কুলি উপাধিৰ কৰ্মচাৰীজনে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ হৈছে। উৎকোচ সংগ্ৰহৰ সমগ্ৰ দৃশ্য বন্দী হয় গোপন কেমেৰাত।এই উৎকোচ সংগ্ৰহৰ ঘটনকলৈ ঢকুৱাখনাত সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
Read More News
T & CPrivacy PolicyContact Us