This browser does not support the video element.
চিচিবৰগাঁও: জোনাইত ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উলাহ,পৰম্পৰা ৰক্ষা কৰি জোনাইত হলী উৎসৱ উদযাপন কৰা হয়,
Sissibargaon, Dhemaji | Mar 14, 2025
জোনাইত ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উলাহ শুকুৰবাৰে দিনৰ 2 বজাত পৰম্পৰা ৰক্ষা কৰি জোনাইত হলী উৎসৱ উদযাপন কৰা হয়, শান্তি শৃংখলা বজাই আনন্দ উপভোগ কৰিবলৈ আহ্বান আৰক্ষীৰ ৰাজ্য লগতে জিলা বিভিন্নশান্তি শৃংখলা বজাই আনন্দ ঠাইত হলী আয়োজন কৰা লগতে জোনাইত টো হলী উদযাপন কৰা হয়। আজি উক্ত অনুষ্ঠানত পৰম্পৰা তেকেলি ভঙা খেলৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।