Install App
jitumonisaikia444
This browser does not support the video element.
লংকা: লংকাজানত অৰুণোদয় ৩.০ৰ জৰিয়তে ঘৰুৱা ব্যৱহৃত চিলিণ্ডাৰৰ ক্ষেত্ৰত ৰেহাই ধনৰ আবেদন পত্ৰ বিতৰণ, উপস্থিত বিধায়ক শিবু মিশ্ৰ
Lanka, Hojai | Aug 24, 2025
দেওৱাৰে দুপৰীয়া ১ মান বজাত লামডিং সমষ্টিৰ অন্তৰ্গত লংকাজান গাওপঞ্চায়তৰ ৮নং ৱাৰ্ডত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ উপস্হিতিত অৰুণোদয় ৩.০ জৰিয়তে ঘৰুৱা ব্যৱহৃত চিলিণ্ডাৰৰ ক্ষেত্ৰত ২৫০ টকা ৰেহাই ধনৰ আবেদন পত্ৰ স্হানীয় মহিলা হিতাধীকাৰীসকলক বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত বিধায়ক শিবু মিশ্ৰৰ উপৰিও লংকা বিজেপি মণ্ডলৰ সভানেত্রী সহ কেইবাজনো বিজেপি কৰ্মকৰ্তা আৰু স্হানীয়া মহিলা হিতাধীকাৰী সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!