Download Now Banner

This browser does not support the video element.

সোণাৰি: মাহমৰাত উন্নয়ন খণ্ড ভৱনৰ শিলান্যাস,এটিএম কেন্দ্ৰৰ শুভ উদ্বোধন,পঞ্চায়তলৈ ই-ৰিক্সা বিতৰণ কৰে কেবিনেট মন্ত্ৰীয়ে

Sonari, Charaideo | Aug 22, 2025
আজিৰ মাহমৰা উন্নয়ন খণ্ডৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন। আজি মাহমৰাত কেইবাটাও অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু উন্নয়নমুখী দৃষ্টিভংগীৰ অংশ হিচাপে আজি মাহমৰা উন্নয়ন খণ্ডৰ নৱনির্মিত ভৱনৰ শিলান্যাস, পিএনবিৰ এটিএম কেন্দ্ৰৰ শুভ উদ্বোধন, আৰু প্ৰতিখন গাঁও পঞ্চায়তলৈ ই-ৰিক্সা বিতৰণ কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্
Read More News
T & CPrivacy PolicyContact Us