Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ভৈৰাগুৰি হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত মহাপুৰণ,উক্ত অনুষ্ঠানত আজি উপস্থিত মন্ত্ৰী অশোক সিংহল
Dhekiajuli Part, Sonitpur | Sep 3, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভৈৰাগুৰি হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত মহাপুৰণ ৷ ভৈৰাগুৰি হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ ষষ্ঠম দিনাৰ কাৰ্যসূচী অৰ্থাৎ বুধবাৰে বিয়লি অনুমানিক ৩ বজাত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোন সিংহল ৷ মন্ত্ৰী অশোক সিংহলে উক্ত অনুষ্ঠানত উপস্থিত হৈ ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে বিশ্ব শান্তিৰ কামনা কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!