This browser does not support the video element.
বিশ্বনাথ: বিহালী বেদেতীত প্ৰথমখন চেমি ফাইনেল খেলত মণিপুৰ একাডেমী ফুটবল দলৰ খিতাপ দখল, বিধায়কৰ অংশগ্ৰহণ
Biswanath, Biswanath | Sep 4, 2025
বিহালী চাহ বাগিছা ক্ৰীড়া সন্থাৰ উদ্যোগত শ্বহীদ বীৰ বীৰছা মুণ্ডা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা যোৱা ৩১আগষ্টৰ পৰা অনুষ্ঠিত হৈ আছে। আজি প্ৰথমখন চেমি ফাইনেল খেল বিহালী চাহ বাগিছা ফুটবল দল আৰু পি.এল.এল মণিপুৰ একাডেমী ফুটবল ফুটবলৰ দলৰ মাজত অনুষ্ঠিত হয়। মণিপুৰ ফুটবল দলে ২-০ গলৰ ব্যৱধানত খিতাপ দখল কৰিবলৈ সক্ষম হয়।আজিৰ খেলখন উপভোগ কৰে বিহালী বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল আদি অংশগ্ৰহণ কৰে।