Download Now Banner

This browser does not support the video element.

আমগুৰি: নামতি ডাক বঙলাৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক এমাহৰ সময়সীমা বান্ধি দিলে নামতিত বীৰ লাচি সেনা অসমে

Amguri, Sivasagar | Sep 11, 2025
নামতি ডাক বঙলা মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক এমাহৰ সময়সীমা বান্ধি দিলে বৃহস্পতিবাৰে নামতিত বীৰ লাচিত সেনা অসমৰ নামতি আঞ্চলিক সমিতিয়ে।বৃহত্তৰ নামতি অঞ্চলৰ ইতিহাস বহন কৰা নামতি ডাক বঙলাটো সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ পথত।শিৱসাগৰ জিলাৰ নামতি আলি ৰেল ষ্টেচনৰ কাষত থকা নামতি ডাক বঙলাটো হাবি জংঘলেৰে ভৰি পৰি জৰাজীৰ্ণ হৈ পৰিছে।
Read More News
T & CPrivacy PolicyContact Us