This browser does not support the video element.
কোকৰাঝাৰ ভাগ: UPPL- BPF ক আগন্তুক বিটিচি নিৰ্বাচনত একত্ৰিকৰন কৰা প্ৰসংগৰ উপৰত কচুগাঁওত প্ৰতিক্ৰিয়া প্ৰকাশ বিষয়ক ৰবিৰাম নাৰ্জাৰীৰ
Kokrajhar Part, Kokrajhar | Aug 10, 2025
UPPL- BPF ক আগন্তুক বিটিচি নিৰ্বাচনত একত্ৰিকৰন কৰা প্ৰসংগৰ উপৰত দেওবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁওত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ৰবিৰাম নৰ্জাৰীই। এবছুকে ধৰি বড়ো জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ যি একত্ৰিকৰনৰ সিদ্ধান্ত ক বিপিএফ দলে শুভেচ্ছা জনায়। আনুষ্ঠানিকভাবে বিপিএফ দলে পত্ৰ লাভ কৰাৰ পিছত অহা ১২ আগষ্টত বিপিএফ দলৰ চিন্তনীয় বৈঠকত একত্ৰিকৰনৰ সিদ্ধান্তৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাত বিপিএফ দলৰ সঠিক সিদ্ধান্ত লোৱা হব বুলি প্ৰকাশ কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰী ই।