Download Now Banner

This browser does not support the video element.

বকো: বকোৰ ৰে"ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ, ৰে'লৰ খুন্দাত এজনৰ মৃত্যু, মৃত লোকজন সোণাৰাম কলিতা বুলি চিনাক্ত

Boko, Kamrup | Sep 11, 2025
বৃহস্পতিবাৰে বকোৰ ৰে"ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ। ৰে'লৰ খুন্দাত এজনৰ মৃত্যু। মৃত লোকজন সোণাৰাম কলিতা। ঘৰ বকো বেলপাৰাত। কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল জানিব পৰা নাই। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত।
Read More News
T & CPrivacy PolicyContact Us