Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী আদেশ আৰু কা বাতিলৰ দাবীত নগৰত অগ্নিশিখা সমদল এজেৱাচিপি জিলা সমিতিৰ

North Lakhimpur, Lakhimpur | Sep 6, 2025
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ আৰু "কা” বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অগ্নিশিখা সমদল কাৰ্য্যসূচী ৰৰূপায়ণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে । সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ আৰু "কা” বাতিলৰ দাবীত উত্তৰ লখিমপুৰ নগৰত শনিবাৰে সন্ধিয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে অগ্নিশিখা সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us