Download Now Banner

This browser does not support the video element.

জলহ ভাগ: মাচুৱা গাঁও আৰু জাখলিৰপাৰত ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে ইএম গৌতম দাসে

Jalah Part, Baksa | Aug 23, 2025
ৰাইজৰ পদুলিয়ে পদূলিয়ে মথনগুৰী পৰিষদীয় সমষ্টিত EM গৌতম দাস । মাচুৱা গাওঁ আৰু জাখলিৰপাৰৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ তেওঁলোকৰ সৈতে মত বিনিময় EM গৌতম দাসৰ । আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাচুৱা গাওঁ আৰু জাখলিৰপাৰৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে বিটিআৰৰ চৰকাৰৰ EM গৌতম দাসে । বিটিআৰৰ চৰকাৰৰ ইএম গৌতম দাসৰ সৈতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰী মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us