Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: হিন্দু বাঙালী লোক সকলৰ সুৰক্ষা আৰু ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত আলিশিঙাত বাঙালী পৰিষদ অসমৰ সংবাদ মেল

Dhekiajuli Part, Sonitpur | Sep 6, 2025
অসমত বসবাহ কৰা হিন্দু বাঙালী লোক সকলৰ সুৰক্ষাৰ লগতে ডি ভোটাৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ঢেকীয়াজুলি আলিশিঙাত শনিবাৰে বিয়লি ৫ বজাত বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন প্ৰসংবাদ মেল অনুষ্ঠিত কৰে ৷ আজিৰ উক্ত সংবাদ মেলত বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলাৰ সভাপতি শতদল চৌধুৰী,কাৰ্যকৰী সভাপতি বনতোষ মিত্ৰ,সাধাৰণ সম্পাদক জীৱন পাল,সহকাৰী সম্পাদক দীপক দাসৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us