Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সমাজ কৰ্মী ছৈয়দা হামিদে অসমত বাংলাদেশীই অধিকাৰ কথা কোৱাকলৈ কলিপুখৰিত তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Kokrajhar Part, Kokrajhar | Aug 25, 2025
সমাজ কৰ্মী ছৈয়দা হামিদে অসমত বাংলাদেশীই সমান অধিকাৰ পোৱাৰ কথা কোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সীমান্ত বিশ্ব শৰ্মাই। সোমবাৰে কোকৰাঝাৰ জিলাৰ কলিপখৰিত সাংবাদিক ৰ আগত মন্তব্য কৰি প্ৰকাশ কৰে যে কালি  বাংলাদেশী সন্দৰ্ভত যি মন্তব্য  প্ৰদান কৰিলে ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে বাংলাদেশীকো অসমত ৰাখিব লাগিব৷ তাৰ মানে এনেকুৱা হ’লে আমি বাংলাদেশলৈ যাব লাগিব আৰু বাংলাদেশী অসমত থাকিব৷
Read More News
T & CPrivacy PolicyContact Us