This browser does not support the video element.
সোণাৰি: সোণাৰি সাৰ্বজনীন নামঘৰত অনুষ্ঠিত হ'ল মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰােভাৱ তিথি, অংশ ল'লে শ শ ৰাইজে
Sonari, Charaideo | Aug 25, 2025
অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শণ, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমুহত পালন কৰা হৈছে ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ সৰ্বজনীন নামঘৰত পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে সোণাৰি সৰ্বজনীন নামঘৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ পৰাই নামঘৰত ভক্তসকলে গুৰুজ