Download Now Banner

This browser does not support the video element.

সোণাৰি: জমিয়ত উলেমা এ হিন্দৰ সভাপতিয়ে মুখ্যমন্ত্ৰীক লৈ বিকৃত মন্তব্য কৰাত সোণাৰিত প্ৰতিক্ৰিয়া টাইপাৰ কেন্দ্ৰীয় সভাপতিৰ

Sonari, Charaideo | Aug 23, 2025
জমীয়ত উলেমা এ হিন্দৰ সভাপতি অৰসাদ মাদানীয়ে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দিয়া বক্তব্যৰ বিৰুদ্ধে সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে। সভাপতি গৰাকীয়ে কয় যে অসমত যি সন্দেহজনক নাগৰিকে বসবাস কৰা স্থানত উচ্ছেদ অভিযান চলি থকাৰ বিৰোধিতা কৰি থকা জমীয়ত উলেমা এ হিন্দৰ সভাপতি অৰসাদ মাদানীয়ে কিছু সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰ
Read More News
T & CPrivacy PolicyContact Us