Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বেদেতী খেল পথাৰত শ্বহীদ বীৰ বীৰচা মুণ্ডা সোঁৱৰণী সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আৰম্ভ, বিধায়কত অংশগ্ৰহণ

Biswanath, Biswanath | Aug 31, 2025
বিহালী চাহ বাগিচাৰ বেদেতী খেল পথাৰত বিহালী চাহ বাগিচাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা ৭ চেপ্তেম্বৰলৈ শ্বহীদ বীৰ বীৰচা মুণ্ডা সোঁৱৰণী সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতাখন , আজি প্ৰথমখন কোৱাটাৰ ফাইনেল খেল নগাঁও স্পৰ্টছ ক্লাৱ আৰু অৰুণাচল প্ৰদেশ এফ চিৰ মাজত অনুষ্ঠিত হয়। ১-০ গ'লৰ ব্যৱধানত অৰুণাচল প্ৰদেশ এফ চিয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয়।আজি খেলখনত বিহালী বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us