This browser does not support the video element.
সোণাৰি: সোণাৰিত জিলা ছাত্ৰ সন্থাই দাহ কৰিলে অনুপ্ৰৱেশ আৰু বিদেশী আদেশ ২০২৫ৰ প্ৰতিলিপি
Sonari, Charaideo | Sep 4, 2025
অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিলৰ দাবীত সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। কোনো কাৰণতে অসমে বিদেশীৰ বোজা গ্ৰহন নকৰাৰ হুংকাৰ জিলা ছাত্ৰ সন্থাৰ। আজি চৰাইদেউ জিলাৰ সোণাৰি নগৰত জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিলৰ দাবীত প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। আজি সোণাৰিত আছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত পুনৰ ধোদৰ আলিত বিয়লি