Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: ধেমাজিৰ জীয়াধল চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষীৰ মৃতদেহ , ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত
Dhemaji, Dhemaji | Sep 19, 2025
ধেমাজিৰ জীয়াধল চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষীৰ মৃতদেহ ,ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত । এখন দোকানৰ সন্মুখত ডিঙিত গামোচাৰে বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহটো।মৃত লোক জন ২২ বেটেলিয়নত কৰ্মৰত লগতে জোৱানজনৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত, আৰক্ষীৰ তদন্ত জানিব পৰা যাব সঠিক ঘটনাৰ বিৱৰণ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!