Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটীত সংঘটিত ধৰ্ষণ কাণ্ডক লৈ উত্তৰ গুৱাহাটীত জাঙুৰ খাই উঠিছে হিন্দু ৰক্ষী দল, বজৰংগ দল

North Guwahati Part, Kamrup | Sep 13, 2025
উত্তৰ গুৱাহাটীত সংঘটিত এক ধৰ্ষণ কাণ্ডক লৈ শনিবাৰে উত্তৰ গুৱাহাটীত জাঙুৰ খাই উঠিছে হিন্দু ৰক্ষী দল, কাৰ্বি যুৱ ছাত্ৰ পৰিষদ,বজৰংগ দলৰ লগতে বিভিন্ন দল সংগঠন। গৌৰীপুৰস্থিত এটা উদ্যোগত কৰ্মৰত এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগ মইনুল হুছেইনৰ বিৰুদ্ধে। উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ভুক্তভোগীয়ে।অভিযুক্ত মইনুল হুছেইনক আটক কৰে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ।
Read More News
T & CPrivacy PolicyContact Us