Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা দুই কৃতি শিক্ষকক জিলা ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্ধনা শিক্ষক দিৱস উপলক্ষে

Nalbari, Nalbari | Sep 5, 2025
পবিত্ৰ শিক্ষক দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বিনা বেতনে অৱসৰ গ্ৰহণ কৰা দুগৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে।বৃহত্তৰ বাঁহজানী অঞ্চলৰ নিজবাঁহজানী গাওঁৰ বাসিন্দা তথা হেমবৰুৱা বিদ্যাপীঠ হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা নিৰোদ প্ৰসাদ কলিতাৰ বাসগৃহত গৈ সম্বৰ্ধনা জনোৱা হয়। সুদীৰ্ঘ ৩১ বছৰৰ শিক্ষকতাৰ জীৱনৰ পৰা বিনাবেতনে অৱসৰ গ্ৰহণ কৰে।আন এগৰাকী শিক্ষক কল্যাণ চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়।
Read More News
T & CPrivacy PolicyContact Us