Download Now Banner

This browser does not support the video element.

ডিফু: কাইলৈৰ পৰা ডিফুত ৩৮ সংখ্যক জ্যেষ্ঠ ৰাষ্টীয় মহিলা ফুটবল চেম্পীয়নশ্বীৰ ৰাজমাতা জীজাবাঈ ট্ৰফী, ডিফুত কাছাৰ সংবাদমেল

Diphu, East Karbi Anglong | Sep 3, 2025
কাইলৈৰ পৰা অল ইণ্ডিয়া ফুটবল ফেডাৰেছনৰ উদ্যোগত আৰু অসম ফুটবল সন্থা আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ যৌথ সহযোগত ডিফু স্থিত কাছাৰ অত্যাধুনিক খেল পথাৰত অনুষ্ঠিত কৰা হব ৩৮ সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নশ্বীৰ ৰাজমাতা জীজাবাঈ ট্ৰফী ৷ বুধবাৰে বিয়লি ৪ বাজি ৩০ মিনিটত কাছাৰ সন্মিলন কক্ষত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণে ৷
Read More News
T & CPrivacy PolicyContact Us