Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: বৰাজোলত শাৰদীয় দুৰ্গাপূজাৰ মহাৰজত জয়ন্তী উদযাপন

Ghograpar Part, Nalbari | Sep 28, 2025
আজি মহাষষ্ঠী৷ শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিছে দূৰ্গতি নাশিনী মা দেৱী দূৰ্গা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ বৰাজোলতো শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হয়। ৰাতিপুৱা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৭৫ খন প্ৰতিকী পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে স্মৃতি তৰ্পনৰে দিনটোৰ কাৰ্যসূচীৰ আৰম্ভ হয়।
Read More News
T & CPrivacy PolicyContact Us