Download Now Banner

This browser does not support the video element.

টিহু ভাগ: নলবাৰীৰ টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা,চাৰিচকীয়াই মহতিয়াই নিলে বাইক আৰোহীক

Tihu Part, Nalbari | Oct 6, 2025
নলবাৰীৰ টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়াই মহতিয়াই নিলে বাইক আৰোহীক।ঘটনাত গুৰুতৰ ভাৱে আহত এজন । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us