Download Now Banner

This browser does not support the video element.

মৰাণ: যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক খোৱাং, মৰাণৰ বিভিন্ন প্ৰান্তৰত শ শ ৰাইজে জনালে শেষ শ্ৰদ্ধা

Moran, Dibrugarh | Sep 23, 2025
অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। প্ৰিয় শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী । খোৱাং মৰাণৰ বিভিন্ন প্ৰান্তৰত শ শ ৰাইজে জনালে শেষ শ্ৰদ্ধা প্ৰিয়শিল্পী গৰাকীক ।
Read More News
T & CPrivacy PolicyContact Us