This browser does not support the video element.
মৰঙী: পোৰাংবাংলাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, গোলাঘাট জিলাৰ কাৰ্য্যনিৰ্বাহক সভা,আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস উদযাপন
Morangi, Golaghat | Sep 7, 2025
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, গোলাঘাট জিলাৰ সমিতিৰ এখনি কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত মৰঙিৰ পোৰাংবাংলাত অনুষ্ঠিত হৈ যায়। গোলাঘাটত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস উদযাপনক সিদ্ধান্ত। কেন্দ্ৰীয় সমিতিৰ সভাপতি গোলোক দাস, সম্পাদক লিখন খাটনীয়াৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যনিৰ্বাহত সভাত সাংগঠনিক বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত অহা ৯ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস গোলাঘাটত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।