Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: মৰিঢল পশু চিকিৎসা উপ কেন্দ্ৰৰ দুৰৱস্থা , অতি সোনকালে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ দাবী ৰাইজৰ #jansamasya
Dhemaji, Dhemaji | Sep 1, 2025
সোমবাৰে দিনৰ তিনি বজাত সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি ধেমাজিৰ মৰিঢল পশু চিকিৎসা উপ কেন্দ্ৰ ও কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ কৈ পৰবিতন ৷ মৰিঢল গাৱ পঞ্চায়তৰ লগতে দাতিকাষৰীয়া উপকন্ঠ অঞ্চলৰ গঞা ৰাইজে নিজা ঘৰত পোহনীয়া গৰু, মহ, ছাগলী, গাহৰি,হাঁহ কুকুৰাকে ধৰি আন জীৱ জন্তুৰ কিবা বেমাৰ আজাৰ হ’লে ধেমাজি সদৰলৈ আনিবলগীয়া হোৱাৰ লগতে ধেমাজিৰ পৰা চিকিৎসক মাতিব লগীয়া হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!