Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: নগৰৰ ৰাজপথত চালকক মাৰপিট কৰা শিক্ষক মাধূৰ্য্য হাজৰীকাক কঠোৰতম শাস্তিৰ দাবি মেজিক চালক সন্থাৰ বিশ্বনাথ চাৰিআলিত

Biswanath, Biswanath | Sep 5, 2025
বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে সহযোগীক লগত লৈ নিজৰ গাড়ীৰ পৰা চোকা অস্ত্ৰ উলিয়াই আক্ৰমণ কৰিবলৈ উদ্যত হয় এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক ৷ ঘটনা অনুসৰি চতিয়াৰ শ'লাল গাঁৱৰ মাধূৰ্য্য হাজৰিকা নামৰ এজন যুৱকে কেইজনমান সহযোগীৰ সৈতে মিলি সামান্য কথাতে এজন মেজিক চালকক মাৰপিট কৰাৰ লগতে নিজৰ বাহনৰ পৰা চোকা অস্ত্ৰ উলিয়াই আনি ডিঙিত লগাই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৷
Read More News
T & CPrivacy PolicyContact Us