Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চ জিলা সমিতিৰ

North Lakhimpur, Lakhimpur | Aug 31, 2025
অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ এটা সজাতি দল উত্তৰ লখিমপুৰ নগৰৰ সদৰ থানাত উপস্থিত হয় দেওবাৰে । অসমীয়া যুৱ মঞ্চৰ দলটোৱে ৰাভা সংগীতক বিকৃত কৰাৰ অপৰাধত নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে ।
Read More News
T & CPrivacy PolicyContact Us