Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ বৰভাগত ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান।অভিনন্দিত শতাধিক শিক্ষীৰ্থী

Ghograpar Part, Nalbari | Aug 31, 2025
নলবাৰীৰ বৰভাগত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য মূন্না আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত বৃহত্তৰ বৰভাগ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা কৃতিত্বৰে উৰ্ত্তীণ হোৱা এশ চৌব্বিশ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়।সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই উদ্বোধন কৰে সভাখন
Read More News
T & CPrivacy PolicyContact Us