Download Now Banner

This browser does not support the video element.

নাওবৈচা: নাওবৈচাত পাভ নৈৰ গাইড বান্ধ ছিঙি বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল ,বানাক্ৰান্তৰ মাজত হাহাকাৰ

Naobaicha, Lakhimpur | Aug 30, 2025
লখিমপুৰত মুখলধাৰ বৰষুণ । ধাৰাসাৰ বৃষ্টিপাতৰ পৰিণতিত লখিমপুৰত সৃষ্টি হৈছে বান বিভীষিকা ।নাওবৈচাত শনিবাৰে পাভ নৈৰ গাইড বান্ধ ছিঙি বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল। ডুবিল দলপা পথাৰৰ ৰাইজৰ শ শ বিঘা খেতি মাটি ।বহু পৰিয়ালৰ বাসগৃহত সোমাল পাভ নৈৰ বাঢ়নী পানী।উটি গল বহুলোকৰ পুখুৰীৰ মাছ হাঁহ ,ছাগলী আদিও।বহু পৰিয়ালৰ ঘৰ দুৱাৰবোৰ ডুবি থকাৰ লগতে বুৰিল বিদ্যালয় ।অসমৰ লগতে চুবুৰীয়া অৰুণাচলত হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলতেই সৃষ্টি হল এই বান বিভীষিকাৰ ।
Read More News
T & CPrivacy PolicyContact Us