Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: উচ্ছেদিত লোকক সংস্থাপনৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান এএচএচপি আৰু নেমছুৰ
Biswanath, Biswanath | Aug 27, 2025
বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ অধিকাংশ মানুহেই ভূমিহীন মানুহ। এই সকল গৰা খহনীয়াৰ কবলত পৰি মাটি বাৰী হেৰুৱাই ৫০ বছৰৰো অধিক সময় ধৰি জাপৰিগুৰিত বসবাস কৰি আছে। চৰকাৰে বেদখল মুক্ত কৰিবলৈ বুলডোজাৰ চলাইছে আমি সহযোগিতা আগবঢ়াইছো, এতিয়া সংস্থাপনৰ ব্যৱস্থা কৰক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৱে মুখ্যমন্ত্ৰীক দাবী জনাই বিশ্বনাথ জিলা আয়ুক কাৰ্যালয় জিলা আয়ুক্তৰ জৰিয়তে প্ৰদান কৰিছে স্মাৰক পত্ৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!