Download Now Banner

This browser does not support the video element.

ডিফু: পুৰণা লাহৰিজানত তিনি কোটি টকা মূল্যৰ ম'ৰফিন জব্দ, বাহ সহ এজনক গ্ৰেপ্তাৰ

Diphu, East Karbi Anglong | Aug 23, 2025
শণিবাৰে পুৱা পুৱা ১১ বাজি ৫০ মিনিটত ডিমাপুৰৰ পৰা ডিলাই দিশে আহি থকা AS17E 1270নম্বৰৰ আই ২০ বাহনত চলোৱা তালাচীত লাহৰিজান নাকা তালাচীত ৪'৬২৩ কেজি ম'ৰফিন উদ্ধাৰ হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ দিশৰ পৰা কাৰ্বি আংলঙৰ ডিলাই দিশলৈ আহি থকা বাহনখনত আৰক্ষীয়ে তেলৰ টেংকিৰ ওপৰত এটা সন্দেহজনক গোপন চেম্বাৰ প্ৰত্যক্ষ কৰি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক,  বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজানৰ অ'চিক খবৰ দিয়ে ৷
Read More News
T & CPrivacy PolicyContact Us