Download Now Banner

This browser does not support the video element.

ডিফু: ডালিমবাৰীত কংগ্ৰেছ, এপিএইছএলচি আৰু এএছডিচিৰ প্ৰায় ২০০০ নেতা-কৰ্মীৰ বিজেপিত যোগদান

Diphu, East Karbi Anglong | Aug 28, 2025
কাৰ্বি আংলঙত বিভিন্ন দলৰ পৰা বিজেপি দললৈ যোগদান কাৰ্যসূচী অব্যাহত আছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিৰ চুকে-কোণে বিজেপিয়ে ডঃ  চিইএম তুলিৰাম ৰংহাঙৰ নেতৃত্বত গণযোগদান কাৰ্যসূচীৰ জৰিয়তে এই যোগদান অব্যাহত ৰাখিছে ৷ কাৰ্বি আংলঙত বিৰোধী শুন্য কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে  দুৱাৰ পৰিষদীয় সমষ্টিৰ ডালিমবাৰী খেল পথাৰত কংগ্ৰেছ, এপিএইছএলচি আৰু এএছডিচি দলৰ ৫১৪ টা পৰিয়ালৰ প্ৰায় দুই হাজাৰ নেতা-কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিক বাবে যোগদান কৰে বুলি জানিব পৰা গৈছে ৷
Read More News
T & CPrivacy PolicyContact Us