This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিআৰ ৰ প্ৰধান প্ৰমোদ বড়োৱে কোকৰাঝাৰৰ CIT ত ৩০ লাখ ব্যায়ৰে নিৰ্মাণ কৰা বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিউন্মোচন
Kokrajhar Part, Kokrajhar | Aug 22, 2025
বিটিআৰ ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শক্ৰুবাৰে দিনৰ ১২ বজাত কোকৰাঝাৰৰ চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ CIT প্ৰাংগণত আনুমানিক ব্যয় ৩০ লাখ টকাৰে নিৰ্মান কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মাৰ এখন প্ৰতিমূৰ্তি উন্মোচন কৰে। উক্ত প্ৰতিমূৰ্তি বিটিচি চৰকাৰ দ্বাৰা বিত্তীয় সহায়ত প্ৰদানৰে আৰু CIT চচাইটিৰ উদ্যোগত প্ৰস্তুত কৰা আনুমানিক ব্যয় ৩০ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল। আজি এক অনুষ্ঠান ৰ মাজত উন্মোচন কৰা হয়। অনুষ্ঠানত স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত আছিল।