Download Now Banner

This browser does not support the video element.

নলবাৰী: BJP জিলা কাৰ্যালয়ত অসম প্ৰদেশ অ, বি, চি মৰ্চাৰ নৱ নিযুক্ত সভাপতি সুভাষ দত্তৰ সৈতে চিনাকি পৰ্ব

Nalbari, Nalbari | Aug 26, 2025
ভাৰতীয় জনতা পাৰ্টি, নলবাৰী জিলা কাৰ্যালয়ত অসম প্ৰদেশ অ, বি, চি মৰ্চাৰ নৱ নিযুক্ত সভাপতি সুভাষ দত্ত দেৱৰ সৈতে নলবাৰী জিলা সমিতি আৰু নলবাৰী জিলা অ, বি, চি মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ এক চিনাকি পৰ্ব তথা আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা, বিজেপি নলবাৰী জিলাৰ সাধাৰণ সম্পাদক লক্ষী কলিতা, জিলা অ, বি, চি মৰ্চাৰ সভাপতি মাধৱ বৰুৱা, মৰ্চাৰ বিষয়ববীয়া সকল, মণ্ডলৰ সভাপতি আৰু সাঃ সম্পাদকৰ লগতে দলীয় কাৰ্যকৰ্তা।
Read More News
T & CPrivacy PolicyContact Us