Download Now Banner

This browser does not support the video element.

টেঙাখাত: মৰাণৰ পানীতোলা বৰবিলত নাহৰফুটুকীয়ে ৩ জনক আক্ৰমণ কৰাত ক্ষোভিত ৰাইজে বন বিষয়াক ঘেৰাও কৰি কৰিলে জবাবদিহি

Tengakhat, Dibrugarh | Aug 24, 2025
মৰাণৰ পানীতোলা বৰবিলত একপ্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰিছে এটা নাহৰফুটুকীয়ে ৷ তিনিটা দিনত নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছে তিনিজনকৈ লোক ৷ আজি ঘটনাস্থলীত উপস্থিত হোৱা বন বিষয়াক ঘেৰাও কৰি জবাবদিহি কৰিলে ৰাইজে
Read More News
T & CPrivacy PolicyContact Us