Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে সেৱা সপ্তাহ,স্বাস্থ্য বিভাগৰ মেগা কাৰ্য্যক্ৰমকলৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মন্তব্য নগৰত

North Lakhimpur, Lakhimpur | Sep 11, 2025
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক জন্ম দিন উপলক্ষে সেৱা সপ্তাহ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ এই সেৱা সপ্তাহ পালনৰ প্ৰস্তুতি কৰিছে। লখিমপুৰত জিলাৰ স্বাস্থ্য বিভাগে পাচ টা বিধান সভা সমষ্টিত পাচটা মেগা স্বাস্থ্য শিবিৰ, ৰক্ত দান শিবিৰ, যক্ষ্মা ৰোগী সকলৰ বাবে সামগ্রী বিতৰণ আদি বিভিন্ন কাৰ্য্য ক্ৰম গ্রহণ কৰিছে। জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বিমান শৰ্মা, জিলা আচনি প্ৰৱন্ধক দেবাংগ বিকাশ গগৈ আদিয়ে মন্তব্য আগবঢ়াই।
Read More News
T & CPrivacy PolicyContact Us