Download Now Banner

This browser does not support the video element.

ডিফু: প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মাতৃক উদ্দেশ্যি ৰাহুল গান্ধীৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে ডিফুত বিজেপিৰ বিশাল প্ৰতিবাদী ৰেলী

Diphu, East Karbi Anglong | Sep 1, 2025
বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সোমবাৰে পুৱা প্ৰায় ২০ মান বজাত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী ৰেলী উলিওৱা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ নেতৃত্বত সহস্ৰাধিক সমৰ্থক আৰু বিজেপি কৰ্মীয়ে হাতে হাতে বিভিন্ন শ্লগান সম্বলিত প্লে' কাৰ্ড প্ৰদৰ্শন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us