Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: ঘগ্ৰাপাৰত "ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়ত"ৰ নৱ নিৰ্বাচিত সভাপতি অৰবিন্দ বৰ্মনৰ কাৰ্য্যভাৰ গ্ৰহণ

Ghograpar Part, Nalbari | Aug 7, 2025
আজি "ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়ত"ৰ নৱ নিৰ্বাচিত সভাপতি অৰবিন্দ বৰ্মনে আনুষ্ঠানিকভাৱে আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।আজিৰ এই দিনটোত "ঘগ্ৰাপাৰ উন্নয়ন খণ্ড "কাৰ্যালয়ত বিজেপিৰ দলীয় কাৰ্য্যকৰ্তালে উপস্থিত থাকি অৰবিন্দ বৰ্মনক শুভেচ্ছা জনাই ।
Read More News
T & CPrivacy PolicyContact Us