Download Now Banner

This browser does not support the video element.

জলহ ভাগ: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌতম দাসে মনোনয়ন পত্ৰ দাখিল

Jalah Part, Baksa | Sep 2, 2025
আজি প্ৰায় ৬ সহস্ৰাধিক দলীয় কাৰ্যকৰ্তা আৰু সমৰ্থক ৰাইজক লগত লৈ ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌতম দাসে মনোনয়ন পত্ৰ দাখিল কৰে। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বাক্সা জিলাৰ নিৰ্বাচনী তত্বাৱধায়ক ৰঞ্জীত কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰ, কমতাপুৰৰ GM প্ৰণৱ বৰ্মন, বাক্সা জিলা বিজেপিৰ সম্পাদক নীলকমল দাস, মথনগুৰী মণ্ডল বিজেপিৰ সভাপতি ঘনশ্যাম বৰ্মন, প্ৰভাৰী পৰিতোষ ৰয়কে ধৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us