Install App
shivbhakti
This browser does not support the video element.
গৰৈমাৰী: শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্তৰ চেষ্টা ছাত্ৰীৰ, গৰৈমাৰীত এই ঘটনা,এজাহাৰ দাখিল পৰিয়ালৰ
Goroimari, Kamrup | Aug 26, 2025
শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্তৰ চেষ্টা ছাত্ৰীৰ। গৰৈমাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এই ঘটনা। মঙলবাৰে ছাত্ৰী গৰাকীৰ অভিভাৱকে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে গৰৈমাৰী থানাত এজাহাৰ দাখিল কৰে।শিক্ষয়িত্ৰী ৰুনজুন বৰাই বিদ্যালয়খনৰ ছাত্ৰী সকলক প্ৰায়েই মানসিক -শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!